Ad

Ad Space

Slider

টাই আহোম ভাষা-সংস্কৃতি কৰ্মশালাৰ শেষৰ দিনাৰ সামৰণি অনুষ্ঠানৰ কিছু দৃশ্য

টাই আহোম ভাষা-সংস্কৃতি কৰ্মশালাৰ শেষৰ দিনাৰ সামৰণি অনুষ্ঠানৰ কিছু দৃশ্য
0
ডয়-পাটকাই সমাজ অাৰু ছ্যু-লিক-ফা ব্ৰাদাৰ্ছৰ উদ্যোগত অনুস্হিত হোৱা ৭ দিনিয়া তাই-অাহোম ভাষা-সংস্কৃতি কৰ্মশালাৰ শেষৰ দিনাৰ সামৰণি অনুষ্ঠানৰ কিছু কিছু দৃশ্য অাপোনালোকৰ মাজলৈ অাগবঢ়ালো । স্থান : আমগুৰি জেহেনীয়া মজলীয়া বিদ্যালয়, আমগুৰি, শিৱসাগৰ এই কৰ্মশালাত প্ৰশিক্ষক ক্ৰমে মান চাও দ্বীপেন হাতিবৰুৱা, মান চাও নুৰচেং মহন। মান নাঙ আইচেং দাউ বৰুৱা, মান নাঙ শিল্পীশিখা দিহিঙ্গীয়া বৰুৱাই __ পাঠদান আগবঢ়াই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষাৰ অধ্যাপক মেদিনী মহন গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে, মান নাঙ পপী গগৈ (Tai Ahom And Thai ভাষা গৱেষক), টাই আহোম ভাষাৰ এজন পণ্ডিত অন লুক টাই লগতে ডয়-পাত-কাই সমাজ আৰু চুলিকফা ব্ৰাদাৰ্চৰ বিষয়ববীয়া সকলৰ লগতে ভালেসংখ্যক নেতৃবৰ্গৰ উপস্থিতি পৰিলক্ষিত হয় । সামৰণি অনুষ্ঠানতিৰ উদ্দেশ্য ব্যাখ্যা কৰে চাও হিৰোমণি লানটাইমুঙে। প্ৰশিক্ষাৰ্থীৰ সকলৰ টাই ভাষা শিকাৰ প্ৰতি উৎসাহ দেখি অতি কম দিনৰ ভিতৰত যে টাই ভাষা আহোম জনগনৰ মুখৰ ভাষা লৈ যে পৰিৱৰ্তন হৱ অৱশ্যে নুই কৰিব নোৱাৰি। আমি Tai Ahom Channel এই কৰ্মশালা উপস্থিত হৈ প্ৰকৃত টাই আহোম সকলে যে কোনো কাৰণত টাই ভাষা মৰিবলৈ নিদিয়ে তাকেই উপলব্ধি কৰিলোঁ। ▫️▫️▫️▫️▫️ _________টাই ভাষাৰ কেইটামান সহজ বাক্য শিকো আহক 🎁________ Sum Rap - Welcome Boi Kom - Hello Chum Lung - Very good Mai ou di na ? - How do you do ? U di lung - Very well Kao ma luk ti.... - I come from....
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧