Ad

Ad Space

Slider

আলাবৈ ৰণ - Alaboi War

alaboi war
0
আলাবৈ ৰণ


১৬৬৯ চনৰ ৫ আগষ্ট অর্থাৎ আজিৰ দিনটোতে কামৰূপ জিলাৰ দদৰা,পছৰীয়া,দলিবাৰী অঞ্চলত হোৱা আলাবৈ ৰণত মোগল সেনাপতি ৰামসিংহৰ নেতৃত্বত অহা মোগল সৈণ্যৰ লগত বৰ অসমৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যুজঁত আহোমৰ নেতৃত্বত ১০০০০ অসমীয়া বীৰ সৈনিককে শ্বহীদ বৰণ কৰিছিল৷ আজিৰ সেই ইতিহাসৰ পাতৰ তেজ সনা দিনটোত মহান বীৰ সকলক শ্ৰদ্ধাৰে সোৱৰিছোঁ।
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧