Ad

Ad Space

Slider

Tai Ahom Youth Forum টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত অসমৰ সাহিত্য জগতৰ পিতামহ “পদ্মনাথ গোহাঞিবৰুৱা“

Tai Ahom Youth Forum online contest
0

TaiAhom.com

Tai Ahom Youth Forum 

টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত অসমৰ সাহিত্য জগতৰ পিতামহ “পদ্মনাথ গোহাঞিবৰুৱা“ ৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে টাই আহোম প্ৰাৰ্থনা আৰু টাই আহোম জাতীয় সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷
“ক’ভিড 19” মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাখনি অনলাইন অনুষ্ঠিত হ’ব ৷ 

×××××××××××××

নিয়মাৱলীঃ

🌐 প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত কৰা হ’ব ৷

“ক” শাখাঃ ১০ বছৰ বয়সলৈকে ৷
“খ” শাখাঃ ১১ বছৰৰ পৰা ১৬ বছৰ বয়সলৈকে ৷
“মুকলি” শাখাঃ ১৭ বছৰ বয়স আৰু ঊৰ্দ্ধৰ ৷

🌐 একোজন প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ যিকোনো এটা অথবা দুয়োটা ভাগতেও ( টাই আহোম জাতীয় সংগীত “ম’ খাম ফান টাই মৌঙ” আৰু টাই আহোম প্ৰাৰ্থনা “আই ছিং লাও”) অংশগ্ৰহণ কৰিব পাৰিব ৷

🌐 প্ৰতিযোগীৰ বিচাৰৰ সংখ্যা এনেদৰে কৰা হ’বঃ
* ৭০% নম্বৰ বিচাৰকৰ সিদ্ধান্ত মৰ্মে ৷ (সাজপাৰ, কথা, সুৰ আদিৰ পৰা)
* ৩০% নম্বৰ সামাজিক মাধ্যমৰ জনপ্ৰিয়তা অনুসৰি ৷ (লাইক, কমেন্ট, ছেয়াৰ্‌ আদিৰ বিশ্লেষণৰ পৰা)

🌐 প্ৰতিযোগিতালৈ ভিডিও সমূহ 
Whatsapp: 9435415514   
অথবা 
Telegram: https://t.me/TaiComp
লৈ পঠিয়াব ৷
ভিডিওৰ গুণগত মানৰ বিশ্লেষণৰ পিছতহে প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হ’ব ৷
*প্ৰতিযোগীৰ নাম, ঠিকনা আৰু জন্মৰ তাৰিখ উল্লেখকৰাটো বাঞ্ছনীয় ৷

🌐 প্ৰতিযোগিতাৰ ক্ষেত্ৰত টাইফ আৰু বিচাৰকমণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হব ৷


0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧