Ad

Showing posts with label Tai Ahom Youth Forum. Show all posts
Showing posts with label Tai Ahom Youth Forum. Show all posts

Tai Ahom Youth Forum টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত অসমৰ সাহিত্য জগতৰ পিতামহ “পদ্মনাথ গোহাঞিবৰুৱা“


TaiAhom.com

Tai Ahom Youth Forum 

টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত অসমৰ সাহিত্য জগতৰ পিতামহ “পদ্মনাথ গোহাঞিবৰুৱা“ ৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে টাই আহোম প্ৰাৰ্থনা আৰু টাই আহোম জাতীয় সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷
“ক’ভিড 19” মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাখনি অনলাইন অনুষ্ঠিত হ’ব ৷ 

×××××××××××××

নিয়মাৱলীঃ

🌐 প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত কৰা হ’ব ৷

“ক” শাখাঃ ১০ বছৰ বয়সলৈকে ৷
“খ” শাখাঃ ১১ বছৰৰ পৰা ১৬ বছৰ বয়সলৈকে ৷
“মুকলি” শাখাঃ ১৭ বছৰ বয়স আৰু ঊৰ্দ্ধৰ ৷

🌐 একোজন প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ যিকোনো এটা অথবা দুয়োটা ভাগতেও ( টাই আহোম জাতীয় সংগীত “ম’ খাম ফান টাই মৌঙ” আৰু টাই আহোম প্ৰাৰ্থনা “আই ছিং লাও”) অংশগ্ৰহণ কৰিব পাৰিব ৷

🌐 প্ৰতিযোগীৰ বিচাৰৰ সংখ্যা এনেদৰে কৰা হ’বঃ
* ৭০% নম্বৰ বিচাৰকৰ সিদ্ধান্ত মৰ্মে ৷ (সাজপাৰ, কথা, সুৰ আদিৰ পৰা)
* ৩০% নম্বৰ সামাজিক মাধ্যমৰ জনপ্ৰিয়তা অনুসৰি ৷ (লাইক, কমেন্ট, ছেয়াৰ্‌ আদিৰ বিশ্লেষণৰ পৰা)

🌐 প্ৰতিযোগিতালৈ ভিডিও সমূহ 
Whatsapp: 9435415514   
অথবা 
Telegram: https://t.me/TaiComp
লৈ পঠিয়াব ৷
ভিডিওৰ গুণগত মানৰ বিশ্লেষণৰ পিছতহে প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হ’ব ৷
*প্ৰতিযোগীৰ নাম, ঠিকনা আৰু জন্মৰ তাৰিখ উল্লেখকৰাটো বাঞ্ছনীয় ৷

🌐 প্ৰতিযোগিতাৰ ক্ষেত্ৰত টাইফ আৰু বিচাৰকমণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হব ৷


www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧