Ad

Ad Space

Slider

UPSC দিবাংগনা মহনৰ স্থান লাভ

0
সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উজলিল মৰাণৰ ছাত্ৰী দিবাংগনা মহন। এনফ'ৰ্চমেণ্ট অফিচাৰ পদৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য। UPSC প্ৰতিযোগিতামূলক পৰীক্ষাত দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ দিবাংগনা মহনৰ। মৰাণ নতুন নগৰৰ নিৱাসী, অজয় মহনৰ কন্যা দিবাংগনা বর্তমান ছফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। দিবাংগনাৰ সফলতাত গৌৰৱান্বিত মৰাণবাসী।
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧